বিষয়টো বিল, বিকল্প চৰকাৰ নহয়: অগপ

বিষয়টো বিল, বিকল্প চৰকাৰ নহয়: অগপ
Published on: 

অগপই এইটো স্পষ্ট কৰি দিয়ে যে বৰ্তমান সময়ত তেওঁলোকৰ মূখ্য গুৰুত্বপূৰ্ণ বিষয় উৰাবাতৰি ওলোৱাৰ দৰে দিশপুৰত নতুন চৰকাৰ গঠন নহয় বৰঞ্চ নাগৰিকত্ব সংশোধনী বিলৰ সৰ্ম্পূণ বিলুপ্তকৰণ হে। বিগত সময়ত বিৰোধীৰ নেতা দেবব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু আন আন কংগ্ৰেছ নেতাসকলে অগপই বিকল্প চৰকাৰ গঠন কৰাৰ সম্ভাৱনা ব্যক্ত কৰি থকাৰ মাজতে সংবাদ মাধ্যমৰে হোৱা কথাবতৰাত অগপৰ সভাপতি অতুল বৰাই এই কথা নাকচ কৰি মূল বিষয়টো যে নাগৰিকত্ব (সংশোধী) বিল বুলি স্পষ্ট কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com