বিহাৰত ৩০ গৰাকীকৈ যুৱতীক ধৰ্ষণ কৰা ঘৰৰ চৌহদত মৃতদেহৰ সন্ধানত আৰক্ষীৰ খনন কাৰ্য্য

বিহাৰত ৩০ গৰাকীকৈ যুৱতীক ধৰ্ষণ কৰা ঘৰৰ চৌহদত মৃতদেহৰ সন্ধানত আৰক্ষীৰ খনন কাৰ্য্য
Published on

বিহাৰৰ মুজাফাৰপুৰৰ এটা বেচৰকাৰী সন্থা ৩০ গৰাকীকৈ যুৱতীক ধৰ্ষণৰ কৰি হত্যা কৰা গোচৰত অভিযুক্ত হৈছে,যত ১১ জনকৈ লোকৰ ভিতৰত চৰকাৰী বিষয়াও জড়িত হোৱা তথ্য পোৱা গৈছে।মুজাফাৰপুৰৰ আৰক্ষীয়ে ইতিমধ্যে কাৰ্য্যবাহী দণ্ডাধীষ প্ৰিয়াৰানী গুপ্তাৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত বেচৰকাৰী সন্থাটোৰ কাৰ্য্যালয়ৰ চৌহদত মৃতদেহসমূহৰ সন্ধানত খননকাৰ্য্য আৰম্ভ কৰিছে।ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজাশ্ৰী যাদৱে নিতিশ কুমাৰ নেতৃত্বধীন বিহাৰ চৰকাৰক অতি সোনকালে অভিযুক্ত সকলক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com