Begin typing your search above and press return to search.

বি এস এন এলৰ কৰ্মচাৰী দুজনৰ মৃত্যু

বি এস এন এলৰ কৰ্মচাৰী দুজনৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2018 10:12 AM GMT

বি এস এন এলৰ দুজন কৰ্মচাৰী ব'লেৰ' এখনত আহি থকা অৱস্থাত এক ভয়ানক পথ দূৰ্ঘটনাত থিতাতে নিহত হয়।তিতাবৰ গড়ঁ আলী বি এস এন এল কলনী লিচুবাৰীৰ পৰা আহি থকা ব'লেৰ' খনে কণ্ট্ৰল হেৰুৱাই এপিডিচিএলৰ পাৱাৰ পষ্ট এটাত খুন্দা মাৰে ।

Next Story