বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

Published on

যোৱা সোমবাৰে ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি আলিত ডিমৌৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই কাৰ্বিআংলং ঘটনা সন্দৰ্ভত কাৰ্বিআংলংৰ জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com