কাৰ্বিআংলংৰ ঘটনা সন্দৰ্ভত নগাঁৱ সদৰ আৰক্ষীয়ে বেআইনী ভাৱে চ'চিয়েল মিডিয়াত যেনে; ফেচবুকত উৰা বাৰতি তথা গুজৱ প্ৰচাৰ কৰা অভিযোগত ২৪ঘণ্টাৰ ভিতৰত ছয় জনকৈ লোকক আটক কৰে।