"বেপানাহ"ত নতুন মুখৰ পৰিচয়

"বেপানাহ"ত নতুন মুখৰ পৰিচয়

Published on

Jennifer Winget

Vatsal Sheth

কালাৰ্ছ চেনেলত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক 'বেপানাহ'ৰ জেনিফাৰ আৰু হাৰশদ তথা জয়া আৰু আদিত্যৰ মাজৰ কেমেষ্টিটো সকলোৱে অতি সুন্দৰ ভাৱে আদৰি লৈছে। এতিয়া ধাৰাবাহিক খন ২বছৰৰ পিছত কাহিনী ভাগ আগুৱাই লৈ যোৱা হব। ধাৰাবাহিক খনত দেখা পোৱা যাব জয়াক এগৰাকী সফল মহিলা ব্যৱসায়ী ৰূপত।ইয়াৰ উপৰিও ধাৰাবাহিক খনত নতুনকৈ ভৎচল শেঠে ভুমুকি মাৰিবহি।

The Sentinel - of this Land, for its People
www.sentinelassam.com