Top
Begin typing your search above and press return to search.

"বেপানাহ"ত নতুন মুখৰ পৰিচয়

বেপানাহত নতুন মুখৰ পৰিচয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 July 2018 12:54 PM GMT

Jennifer Winget

Vatsal Sheth

কালাৰ্ছ চেনেলত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক 'বেপানাহ'ৰ জেনিফাৰ আৰু হাৰশদ তথা জয়া আৰু আদিত্যৰ মাজৰ কেমেষ্টিটো সকলোৱে অতি সুন্দৰ ভাৱে আদৰি লৈছে। এতিয়া ধাৰাবাহিক খন ২বছৰৰ পিছত কাহিনী ভাগ আগুৱাই লৈ যোৱা হব। ধাৰাবাহিক খনত দেখা পোৱা যাব জয়াক এগৰাকী সফল মহিলা ব্যৱসায়ী ৰূপত।ইয়াৰ উপৰিও ধাৰাবাহিক খনত নতুনকৈ ভৎচল শেঠে ভুমুকি মাৰিবহি।

Next Story