ব্ৰাউন চুগাৰ আৰু পিষ্টলৰে সৈতে এজনক আটক

ব্ৰাউন চুগাৰ আৰু পিষ্টলৰে সৈতে এজনক আটক
Published on

যোৱা মঙলবাৰে অসম-নাগালেণ্ড সীমান্তত আৰক্ষীয়ে চি আৰ পি এফৰ সহযোগত ব্ৰাউন চুগাৰ অবৈধ বেপাৰৰ লগত জড়িত শিৱসাগৰৰ পুতুল দুৱাৰা নামৰ ব্যক্তি এজনক আটক কৰে।২-২ পইণ্টৰ পিষ্টলৰ আৰু দুই বটল ব্ৰাউন চুগাৰ লগতে এখন বাইক নাগালেণ্ডত জব্দ কৰে।জানিব পৰা মতে পুতুল দুৱাৰা এজন অএনজিচিৰ প্ৰাইভেট ইন্সিটিউতৰ কৰ্মচাৰী।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com