বৰপেটাত বঙালীভাষী লোকৰ সংখ্যা অসমীয়াভাষীতকৈ বৃদ্ধি

বৰপেটাত বঙালীভাষী লোকৰ সংখ্যা অসমীয়াভাষীতকৈ বৃদ্ধি
Published on

সদ্য প্ৰকাশিত লোকপিয়লৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়াভাষী লোকৰ সংখ্যা কমি অহাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাতখন জিলাত অসমীয়াভাষী লোকৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে বঙালীভাষী লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে।জিলাসমূহৰ ভিতৰত বৰপেটা জিলাৰ ছবিখনে চাঞ্চল্য সৃষ্টি কৰিছে।বৰপেটাত অসমীয়াভাষী লোকৰ সংখ্যা ৬,১২,২৪৮ জনৰ বিপৰীতে বঙালীভাষীৰ সংখ্যা ১০,৪৫,৬৯৮ জন।একেদৰে দৰং জিলাত অসমীয়াভাষী ৪,৫৭,৬৯৬ জনৰ বিপৰীতে বঙালীভাষীৰ সংখ্যা ৪,৫০,২৩৩ জন।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com