Begin typing your search above and press return to search.

ভাৰত-বাংলাৰ সীমা সুৰক্ষা,অবৈধভাৱে মহিলা-শিশুৰ সৰবৰাহ

ভাৰত-বাংলাৰ সীমা সুৰক্ষা,অবৈধভাৱে মহিলা-শিশুৰ সৰবৰাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2018 7:24 AM GMT

মানৱ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে ভাৰত-বাংলাৰ উন্মুক্ত সিমান্ত৷গৃহ মন্ত্ৰালয়ৰ এক তথ্যত সদৰি হৈছে এই ভয়ংকৰ খবৰ ৷তথ্য অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহ পৰ্যন্ত ১৫৯ মহিলাক সীমান্তৱৰ্তি অঞ্চল সমূহৰ পৰা উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে৷

Next Story