ভাৰত-বাংলাৰ সীমা সুৰক্ষা,অবৈধভাৱে মহিলা-শিশুৰ সৰবৰাহ

ভাৰত-বাংলাৰ সীমা সুৰক্ষা,অবৈধভাৱে মহিলা-শিশুৰ সৰবৰাহ
Published on

মানৱ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে ভাৰত-বাংলাৰ উন্মুক্ত সিমান্ত৷গৃহ মন্ত্ৰালয়ৰ এক তথ্যত সদৰি হৈছে এই ভয়ংকৰ খবৰ ৷তথ্য অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহ পৰ্যন্ত ১৫৯ মহিলাক সীমান্তৱৰ্তি অঞ্চল সমূহৰ পৰা উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে৷

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com