ভিডিঅ' কনফাৰেন্স যোগে অসমৰ জনজাতিয় মহিলাৰ লগত বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

ভিডিঅ' কনফাৰেন্স যোগে অসমৰ জনজাতিয় মহিলাৰ লগত বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
Published on

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্স যোগে শোনিতপুৰ জিলাৰ ঢেকিয়াজুলি উন্নয়ন ব্লকৰ বড়ো জনজাতীয় মহিলাৰ লগত বাৰ্তালাপ কৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমূহৰ বুজ লয়।প্ৰধানমন্ত্ৰীৰ লগত বিনামুলীয়াকৈ বাৰ্তালাপ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে চৰকাৰক ধন্যবাদ দিয়াৰ লগতে অতি দেশৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতিবলৈ পায় অতি সুখী বুলি জানিবলৈ দিয়ে মহিলাসকলে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com