ভূপেন হাজৰিকাৰ সন্মানৰ অৰ্থে সংগ্ৰহালয় নিৰ্মাণ

ভূপেন হাজৰিকাৰ সন্মানৰ অৰ্থে সংগ্ৰহালয় নিৰ্মাণ
Published on

ড° ভূপেন হাজৰিকা আৰু তেওঁ আগবঢ়াই যোৱা অৱদান সমূহক সংগ্ৰহালয়ত সজীৱ কৰি ৰখাৰ অৰ্থে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰৰ ড° ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত এটা সংগ্ৰহালয় নিৰ্মাণৰ কাম আৰম্ভ কৰা হব।

এই সমাধি ক্ষেত্ৰত সংগ্ৰহালয় নিৰ্মাণৰ পিছত বাহিৰৰ পৰা বহু মানুহৰ আগমন ঘটিব বুলি আশা কৰা হৈছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com