ভূমিপুত্ৰসকলে সচাঁকৈ তেওঁলোকৰ ভূমি অধিকাৰ লাভ কৰিবনে?

ভূমিপুত্ৰসকলে সচাঁকৈ তেওঁলোকৰ ভূমি অধিকাৰ লাভ কৰিবনে?
Published on

অসমত বসবাস কৰা কিছুসংখ্যক খিলঞ্জীয়ালোক বিভিন্ন কাৰণত ভূমিহীন হৈ থকা আৰু তাৰফলত তেওঁলোক পৰিচয় আৰু বিদ্যমানতাৰ ওপৰত উঠা প্ৰশ্নই আজি কিছুদিনৰ পৰা বাতৰিৰ শিৰোনামা দখল কৰি থকাৰ পিছতো এই ক্ষেত্ৰত কোনো ধৰণৰ আশাৰ ৰেঙণী দেখা পোৱা নাই। কিন্তু পলমকৈ হ'লেও দিশপুৰে ভূমিপুত্ৰসকলক ভূমি পট্টা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰে আৰু বানপানী আৰু গড়াখহনীয়াৰ ফলত ভূমিহীন হোৱা লোকসকলৰ বাবেও নতুন ভূমিনীতি বনোৱাৰ সিদ্ধান্ত গ্ৰহন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com