ভূমি আবন্টণহীনতাই সৌৰ শক্তিৰ প্ৰক্ৰিয়াক লেহেমীয়া কৰিছে

ভূমি আবন্টণহীনতাই সৌৰ শক্তিৰ প্ৰক্ৰিয়াক লেহেমীয়া কৰিছে
Published on

অসম সৌৰ শক্তি নীতি,২০১৭ সৌৰ শক্তিৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ যদিও এইক্ষেত্ৰত এটা প্ৰধান অসুবিধা হৈছে গোৱালপাৰাত বাহিৰে আন কোনো জিলাই ইয়াৰ বাবে ভূমি আবন্টণ কৰিব পৰা নাই। সেয়েহে, এই সময়লৈ ৰাজ্যত বিকল্প শক্তিৰ উৎস হিচাপে সৌৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পৰা নাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com