ভূমি পেডনেকাৰে গৌৰৱবোধ কৰিছে আহিবলগীয়া ছবি "সোনচিৰিয়া"ৰ বাবে

ভূমি পেডনেকাৰে গৌৰৱবোধ কৰিছে আহিবলগীয়া ছবি "সোনচিৰিয়া"ৰ বাবে

Published on

অভিনেত্ৰী ভূমি পেডনেকাৰৰ অহা বছৰৰ ৮ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া ছবি খনৰ বাবে অতি আশাৰে বাট চাইছে।যোৱা বুধবাৰে ছবি খনৰ প্ৰথম মুখ এখন প্ৰকাশ কৰিছে।

ছবি খনত অভিনয় কৰিছে সুসান্ত সিং ৰাজপুত,মনোজ বাজপেয়ী,ৰনবীৰ চৌৰেই।"উড়তা পঞ্জাৱ","ইস্কিয়া'আদিৰ দৰে জনপ্ৰিয় ছবিৰ নিৰ্দেশক অভিষেক চৌবেই ছবি খনৰ নিৰ্দেশক হিচাপে কাম কৰিছে।এই ছবি খনৰ জৰিয়তে সুসান্ত আৰু ভূমিক প্ৰথম বাৰৰ একেলগে দেখা পোৱা যাব।

The Sentinel - of this Land, for its People
www.sentinelassam.com