ভয়ংকৰ অগ্নিকাণ্ড চিটী এপাৰ্টমেণ্টত

ভয়ংকৰ অগ্নিকাণ্ড চিটী এপাৰ্টমেণ্টত
Published on

আৰ জি বৰুৱা পথৰ নিৰ্ভানা এপাৰ্টমেণ্টৰ তৃতীয় মহলাত ভয়ংকৰ জুইৰ সূত্ৰপাত ঘটে।কোনো বাণিজ্যিক কৰ্মৰ সূত্ৰে এপাৰ্টমেণ্টৰ ভিতৰত কাম কৰি থকা অৱস্থাত জুই লাগে।জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগা বুলি সন্দেহ প্ৰকাশ।অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰায় এঘণ্টা সময়ৰ পিছত জুই নুমুৱাবলৈ সক্ষম হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com