ভৰ বৰষুণৰ কাৰনে যোৰহাটত বানৰ সৃষ্টি

ভৰ বৰষুণৰ কাৰনে যোৰহাটত বানৰ সৃষ্টি

Published on

যোৰহাট টাউনত মূষলধাৰ বৰষুণৰ পিছত চৰকাৰী অফিচ,বিদ্যালয় সমূহ,কলেজ সমূহ বন্ধ ৰাখিব লগীয়া হয়।বহুতো ৰাজহুৱা আৰু ব্যক্তিগত ঠাইত অবৈধ ভাৱে স্থাপন কৰা কালভাৰ্ট ফলত হোৱা কৃত্ৰিম বানপানীয়ে চহৰ খনত হাহাঁকাৰৰ সৃষ্টি কৰিছে।তৰাজান আৰু মহুৱাজানৰ দুটা নলাত থাৰ্মকল,প্লাষ্টিক সামগ্ৰীয়,বটল,কাৰ্টুন আদি পেলোৱাৰ কৃত্ৰিম বানৰ সৃষ্টি কৰিছে ফলত কালভাৰ্ট সমূহ বন্ধ হৈ পৰাৰ লগতে ক্লাৱ ৰোড,আটিলা গাঁও,কুশল নগৰতো বানপানীৰ সৃষ্টি হৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com