মণিপুৰৰ ইম্ফলত পুনৰ সান্ধ্য আইন জাৰি

মণিপুৰৰ ইম্ফলত পুনৰ সান্ধ্য আইন জাৰি
Published on

মণিপুৰ বিধান সভাৰ বৰ্ষাকালীন অধিৱেশনৰ আজি অন্তিম দিন।বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন বাধাগ্ৰস্ত কৰাৰ হুংকাৰ দিছিল মণিপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে।সেই ঘটনা মৰ্মে এই প্ৰতিবাদী শিক্ষাৰ্থীসকলক প্ৰতিহত কৰাৰ পদক্ষেপ গ্ৰহণ কৰি সান্ধ্য আইন জাৰি কৰে চৰকাৰে। মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আদ্য প্ৰসাদ পাণ্ডেক নিযুক্তিক লৈ অব্যাহত আছে প্ৰতিবাদ।

The Sentinel - of this Land, for its People
www.sentinelassam.com