মহানগৰীত চিলিণ্ডাৰ চোৰ আটক

মহানগৰীত চিলিণ্ডাৰ চোৰ আটক
Published on

গীতানগৰ আৰক্ষী থানাই ভাস্কৰ নগৰৰ পৰা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰ হোৱা চিলিণ্ডাৰ উদ্ধাৰ কৰে।গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপথৰ নিৱাসী সবিতা মজুমদাৰৰ ঘৰৰ পৰা এল পি জি চিলিণ্ডাৰ চুৰ কৰিছিল।গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজন ক্ৰমে জাৰিফুল আলী আৰু অজয় দাস এলিয়াছ আশিস। ধুবুৰীৰ জাৰিফুল আলীয়ে ইয়াতে ভাড়াতীয়া হিচাপে বসৱাস কৰিছিল আৰু অজয় দাস ভাস্কৰ নগৰৰে আছিল।ভাৰতীয় দণ্ডবিধি ২৬৬/১৮ আৰু ৪৫৪/৩৮০নম্বৰত ঘটনা পঞ্জীকৰন কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com