ৰাজ্যিক চৰকাৰে আয়োজন কৰা গোগামুখত অনুষ্ঠিত হোৱা মহিলা সমাৰোহ ২০১৮ত মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত থাকে।মহিলা সৱলীকৰণৰ উদ্দেশ্য এই সভাৰ আয়জন কৰা হয়।