মহিলাৰ বিৰুদ্ধে ঘৃণনীয় অপৰাধক গৰিহনা

মহিলাৰ বিৰুদ্ধে ঘৃণনীয় অপৰাধক গৰিহনা
Published on: 

কিছুদিন পূৰ্ৱে ৰাজ্যখনত ৰেলত ২১বছৰীয়া অসম কৃষি মহাবিদ্যালয়ৰ ছাত্ৰী আৰু ৪৮বছৰীয়া মহিলাক ধৰ্ষন আৰু হত্যা কৰা যি তীব্ৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈ গ'ল,বৃহত্তৰ নাৰেংগী টাই আহোম মহিলা পৰিষদে সেই ঘটনাক কেন্দ্ৰ কৰি শোক প্ৰকাশ কৰি ব্যক্ত কৰিছে যে মহিলাৰ ওপৰত হোৱা অপৰাধ সমূহৰ বিৰুদ্ধে সজাগ হব লাগে লগতে তেওঁলোকে দাবী কৰে যে অতি সোনকালে এই ঘটনাৰ লগত জড়িত দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে।ইয়াৰ উপৰিও নৰ্থ-ইষ্ট ৰেলৱে কৰ্তৃপক্ষই ৰেল সমূহ মহিলা সকলৰ বাবে সুৰক্ষাৰ ব্যৱস্থা গ্ৰহন কৰিব লাগে।

The Sentinel - of this Land, for its People
www.sentinelassam.com