মাজুলী সুৰক্ষা প্ৰকল্পৰ ঠিকাদাৰক প্ৰতিস্থানক কঠোৰ সকিয়নি সোণোৱালৰ

মাজুলী সুৰক্ষা প্ৰকল্পৰ ঠিকাদাৰক প্ৰতিস্থানক কঠোৰ সকিয়নি সোণোৱালৰ
Published on

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলী সুৰক্ষা প্ৰকল্পৰ ঠিকাদাৰ সকলে সময় সীমাৰ ভিতৰত কাম সমাপ্ত কৰিব নোৱাৰিলে কঠোৰ ব্যৱস্থা গ্ৰহন কৰা হব বুলি সকিয়নি প্ৰদান কৰিছে।টিকে ইঞ্জিনিয়াৰিং নামৰ ঠিকাদাৰী সংগঠনটোক কঠোৰ সকিয়নি প্ৰদান কৰিছে মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীজনে।২০০ কোটিৰ ২৭ কিঃমিঃ দৈঘ্যৰ প্ৰকল্পটো সম্পূৰ্ণৰ বাবে ১৮ মাহৰ সময়সীমা মে মাহত অন্ত পৰিল যদিও কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে।সোনোৱালে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধক্ষ্য ৰাজীৱ যাদৱক প্ৰকল্প পৰিদৰ্শন কৰিবলৈ কোৱাৰ লগতে ১.৬ টকাৰ জৰিমৰা বিহিবলৈ নিৰ্দেশ দিয়ে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com