মাদক দ্ৰৱ্যৰ বিৰুদ্ধে সজাগতা শিবিৰ

মাদক দ্ৰৱ্যৰ বিৰুদ্ধে সজাগতা  শিবিৰ
Published on

শিলচৰৰ কেন্দ্ৰীয় লিঅ' ক্লাৱে দিশা ফাউণ্ডেশ্বনত সহযোগত নাৰ্ছিং হায়াৰ ছেকেণ্ডাৰী স্কুলত মাদক দ্ৰৱ্যৰ বিৰুদ্ধে সজাগতা শিবিৰৰ আয়োজন কৰে ।স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলক মাদক দ্ৰৱ্যৰ বেয়া প্ৰভাৱ সম্পৰ্কে ছাত্ৰ সকলক সচেতন কৰোৱাই এই শিবিৰৰ মূল উদ্দেশ্য ।

The Sentinel - of this Land, for its People
www.sentinelassam.com