মুক্তি পালে 'ধড়ক' : দৰ্শকে পছন্দ কৰিছে ঈশান-জাহ্নৱীৰ ছবি

মুক্তি পালে 'ধড়ক' : দৰ্শকে পছন্দ কৰিছে ঈশান-জাহ্নৱীৰ ছবি
Published on: 

"চাইৰাত" ছবিৰ ৰিমেক 'ধড়ক' ইতিমধ্যে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।চাইৰাত ছবি খনৰ কথা নাভাবি "ধড়ক" ছবি খন চাবলৈ উপদেশ দিছে বহু দৰ্শকে।ই সচাঁকৈয়ে এক কঠিন কাম কোনো এখন ছবিৰ ৰিমেক কৰাটো।সেই হিচাপে জাহ্নৱী কাপুৰৰ "ধড়ক" ছবিয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।ছবি খনত দেখা পোৱা অনুসৰি ঈশান আৰু জাহ্নৱীৰ মাজৰ সম্পৰ্কটি অতি সুন্দৰ ৰূপত ফুটি উঠিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com