মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে অম্বুবাচী মেলা

মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে অম্বুবাচী মেলা
Published on

অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নীলাচল পাহাৰত আজিৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মেলাৰ শুভদ্ধোনী কৰে। উপস্থিত থাকে অসমৰ লগতে উত্তৰ-পূৱৰ ভিন্ন ধৰ্মগুৰু আৰু সত্ৰাধিকাৰসকল।এই অনুষ্ঠান গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। অম্বুবাচী মেলা হৈছে আধ্যাত্মিক,সাংস্কৃতিক আৰু সামাজিক নৈতিক মুল্যবোধ বুলি সোণোৱালে মত প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com