অহা ২৭মে'ত অনুষ্ঠিত হবলগীয়া সৰ্বানন্দ সিনহা দিৱসত মুখ্যমন্ত্ৰী সোণোৱালে গ্ৰহন কৰিব স্বৰ্গদেউ সৰ্বানন্দ সিনহা বঁটা।২৪মে'ৰ পৰা আই টি আই খেল পথাৰত আৰম্ভ হবলগীয়া মুটক ৰজাৰ কলা-সংস্কৃতিৰে বৰ্ণাধ্য অনুষ্ঠান যেনে লোক সংস্কৃতিৰ নৃত্য মুখৰিত হৈ পৰিব।