মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অধীনত মহিলাৰীয়ে বিতৰন কৰিলে ট্ৰেক্টৰ

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অধীনত মহিলাৰীয়ে বিতৰন কৰিলে ট্ৰেক্টৰ

Published on

যোৱা শনিবাৰে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অধীনত বড়োলেণ্ডৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ট্ৰেক্টৰ আৰু সা-সৰঞ্জাম বিতৰন কৰে।মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ সভা খন কোকৰাঝাৰ জিলাৰ বিটিচিৰ সচিবালয়ৰ খেলপথাৰত আয়োজন কৰা হয়।অনুষ্ঠানত উপস্থিত থাকে বৰ্তমানৰ সমাজ কল্যান মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম আৰু ৰাজ্য সভাৰ এমপি বিশ্বজিত দৈমাৰী। অনুষ্ঠানত ১৫খন ট্ৰেক্টৰ বিতৰন কৰা হয়।বিতৰনৰ সময়ত,মহিলাৰীয়ে বক্তৃত্বা প্ৰদান কৰি কয় যে, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অধীনত প্ৰতিখন ৰাজহ গাঁওতে বিতৰন কৰা হব ট্ৰেক্টৰ।

The Sentinel - of this Land, for its People
www.sentinelassam.com