মুখ্যমন্ত্ৰী সোণোৱালে গ্ৰহন কৰে স্বৰ্গদেউ সিনহা বটাঁ

মুখ্যমন্ত্ৰী সোণোৱালে গ্ৰহন কৰে স্বৰ্গদেউ সিনহা বটাঁ
Published on

যোৱা দেওবাৰে তিনিচুকীয়া জিলাৰ আই টি আই খেল-পথাৰত অনুষ্ঠিত হৈ যোৱা ২১৩সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীয় সাংস্কৃতি সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বৰ্গদেউ সিনহা বটাঁ গ্ৰহন কৰে।সোণোৱালক এখন চেলেং ছাদৰ,মটক ৰজাৰ স্মাৰক আৰু ১লাখ টকাৰ চেক এখন প্ৰদান কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com