মুখ্যমন্ত্ৰী সোণোৱালৰ মৌনতাই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে : টি এ ৱাই পি

মুখ্যমন্ত্ৰী সোণোৱালৰ মৌনতাই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে : টি এ ৱাই পি

Published on

ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ চলা নাগৰিকত্ব সংশোধনী বিল২০১৬ ৰ বাতিলৰ দাবীৰ সময়ত মুখ্যমন্ত্ৰী সোণোৱালে মৌনতা অবলম্বন কৰিছে। বিৰ্তিকত বিধেয়ক খনৰ বিৰুদ্ধে তেওঁ এতিয়াও কোনোধৰনৰ স্থিতি গ্ৰহন কৰিব পৰা নাই,সেয়ে টাই আহোম যুৱ পৰিষদে যোৱা দেওবাৰে এই ক্ষেত্ৰত তীব্ৰ অসন্তুষ্টিত প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com