মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাওনা হব হিমাৰ ঘৰ নগাওঁ ধিংলৈ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাওনা হব হিমাৰ ঘৰ নগাওঁ ধিংলৈ
Published on

কাইলৈ পুৱা ১০বজাত বিশ্ব বিজয়ী হিমা দাসৰ সমূহ পৰিয়ালক অভিনন্দন জনাবলৈ হিমাৰ ঘৰত উপস্থিত হব মুখ্যমন্ত্ৰী সোণোৱাল। ঘৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগতে মুখ্য অতিথি ৰূপে উপস্থিত থাকি নগাঁৱৰ নেহেৰুবালিত মহিলা সমাৰোহত অংশ গ্ৰহন কৰিব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com