মুছলীম ৰাষ্ট্ৰীয় মঞ্চৰ সভাপতিয়ে প্ৰশ্ন কৰে আছুক

মুছলীম ৰাষ্ট্ৰীয় মঞ্চৰ সভাপতিয়ে প্ৰশ্ন কৰে আছুক
Published on

নাগৰিকত্ব সংশোধনী বিল খনক লৈ ভিন্ন প্ৰতিবাদ চলি থকা সময়তে মুছলীম ৰাষ্ট্ৰীয় মঞ্চ নামৰ মুছলীম সংগঠন এটাই আছুৰ লগতৰ আন জনগোষ্ঠীয় সংগঠন সমূ্হৰ ভূমিকা আৰু পৰিচয়ক লৈ প্ৰশ্ন উথাপিত কৰে।মুছলীম ৰাষ্ট্ৰীয় মঞ্চৰ সভাপতি জিলানিয়ে নাগৰিকত্ব সংশোধনী বিল খন অসমৰ ৰাইজৰ কাৰণে সুফল হব বুলিহে মত প্ৰকাশ কৰে লগতে ৩০জুনৰ এন আৰ চি খচৰাৰ প্ৰকাশৰ পিছত সকলো বোৰ সমস্যাৰ সমাধান হৈ যাব বুলি মত প্ৰদান কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com