মূখাৰ্জীয়ে বহুত্ববাদৰ গুৰুত্বৰ কথা মনত পেলায়

মূখাৰ্জীয়ে বহুত্ববাদৰ গুৰুত্বৰ কথা মনত পেলায়
Published on

আৰ এছ এছৰ মূখ্য কাৰ্য্যালয়ত ভাষণ দি দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ ওপৰত বক্তব্য দাঙি ধৰে। তেওঁ আৰ এছ এছ সদস্যসকলৰ আগত কয় যে ভাৰতত বিৰাজমান একাধিক সংস্কৃতি আৰু বিশ্বাসৰ কাৰণেই ভাৰত অধিক ধৈৰ্যশীল আৰু বহুত্ববাদ আৰু ধৰ্মনিৰপেক্ষতাবাদতেই দেশখনৰ আত্মা বিৰাজ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com