মেগা মেডিকেল কেম্প অনুষ্ঠিত

মেগা মেডিকেল কেম্প অনুষ্ঠিত
Published on

ধুবুৰী জিলাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা মৈদানত যোৱা দেওবাৰে পেথাল'জিকেল বেমাৰ আৰু বিনামুলীয়া ঔষধ বিতৰনৰ মেগা মেডিকেল কেম্প এটা অনুষ্ঠিত হৈ যায়।এই কেম্প ধুবুৰী জিলাৰ টাউন ক্লাৱ আৰু ইণ্ডিয়ান মেডিকেল সংগঠনে আয়োজন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com