"মেণ্টেল হে কিয়া"

"মেণ্টেল হে কিয়া"

নতুনকৈ আহি থকা "মেণ্টেল হে কিয়া" ছবি খনৰ পোষ্টাৰ মুকলি পাইছে।ছবি খনত অভিনয় কৰিছে কংগনা ৰানাউত আৰু ৰাজকুমাৰ ৰাও।পোষ্টাৰ খনত দেখা পোৱা অনুসৰি কংগনা আৰু ৰাজকুমাৰ ৰাওৱে ভিক্টোৰিয়া সময়ৰ সাজ- সজ্জা ৰূপত আছে।ছবি খন মুক্তি পাব ২০১৯চনৰ ২২ ফেব্ৰুৱাৰীত।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com