মোদীৰ প্ৰতিমূৰ্ত্তি দাহ

মোদীৰ প্ৰতিমূৰ্ত্তি দাহ
Published on

গোলাঘাট জিলাৰ চুতীয়া ছাত্ৰ সন্থাই মোদীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ।নিৰ্বাচনৰ পূৰ্বে মোদীয়ে অবৈধ বাংলাদেশী সকলক দেশৰ পৰা বহিষ্কাৰ কৰাৰ যি নিশ্চয়তা প্ৰদান কৰিছিল,সেয়া এতিয়া সম্পূৰ্ণ বিপৰীতমুখী ছবি দেখা পাই তেওঁৰ প্ৰতিমূৰ্ত্তি দাহ কৰি ক্ষোভ প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com