BreakingNews
মৰনফান্দত পৰিনত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ
বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ মাৰ্ঘেৰিটা সমৰ্ষ্টিৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাৰ্ঘেৰিটা-জাগুন সংযোগী পথতো জৰাজীৰ্ণ হোৱা ফলত পথতো মৰনফান্ডলৈ পৰিনত হৈছে।বহুত দুৰ্ঘটনা হৈ থকাৰ ফলত স্থানীয় ৰাইজে জিয়াতু ভুগি আহিছে।ৰাইজে নতুন গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধায়ক ভাস্কৰ শৰ্মাক অতি সোনকালে পথতো নিৰ্মান কৰাৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাই।