যান-বাহন আৰক্ষী কনিষ্ঠবলৰ জেইল

যান-বাহন আৰক্ষী কনিষ্ঠবলৰ জেইল
Published on

যান-বাহন আৰক্ষী কনিষ্ঠবল নিকুঞ্জু ভূঞাই চাৰিজন লোকৰ সৈতে লগ হৈ গৰু ব্যৱসায় এজনৰ পৰা ১৮লাখ টকা লোট কৰাৰ অভিযোগত যোৱা দেওবাৰে ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তথ্য অনুসৰি যোৱা ২৫জুনত নমাইলত কামৰূপ জিলাৰ সোণতলিৰ আব্দুল মলিকে ১৮লাখ টকাৰ সৈতে তিনিজন কৰ্মচাৰীক পঠিয়াই।সেই কৰ্মচাৰী কেইজন অট'ৰিক্সাত আহি থকা অৱস্থাত গুৱাহাটীৰ এ বি চিত নিকুঞ্জ ভূঞাই অট' খন ৰখাই আৰু লখৰা অভিমুখে যাত্ৰা কৰে।শেষত কৰ্মচাৰী কেইজনৰ পৰা ১৮লাখ টকা লোট কৰি পলায়ন কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com