গোসাইগাঁৱৰ শিমলুটাপু হাৰাফুটা নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।যাৰ ফলত সমগ্ৰ অঞ্চলজুৰিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।জানিব পৰা মতে মৃত যুৱক জন দামৰাপাৰাৰ বাছিদ টুদু।ৰাতিপুৱা ভাগত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি শিমলুটাপু আৰক্ষীক খৱৰ দিয়ে।
Begin typing your search above and press return to search.