যুৱ ফুটবলাৰ সীমান্ত বৈশ্যলৈ বৰঙণি

যুৱ ফুটবলাৰ সীমান্ত বৈশ্যলৈ বৰঙণি
Published on

বিজেপিৰ সভাপতি ৰঞ্জিত দাসে যুৱ ফুটবলাৰ সীমান্ত বৈশ্যলৈ আগবঢ়ালে ৪০ হাজাৰ টকাৰ বৰঙণি। পুনেৰ ডি এস কে "শিৱাজীয়ানছ ইণ্টাৰনেচনেল ফুটবল একাডেমীত" প্ৰশিক্ষণৰ সুবিধা লাভ কৰিছে সীমান্তই। সীমান্তক প্ৰশিক্ষণৰ বাবে প্ৰয়োজন হ’ব ১০ মাহত ৫ লাখ টকাৰ । আৰ্থিক সাহাৰ্য্য প্ৰদানৰ বিষয়টো আলোচনাৰ বাবে সন্ধিয়া হেঙেৰাবাৰীৰ বিজেপি কাৰ্যালয়লৈ আমন্ত্ৰণ কৰা হৈছে সীমান্ত বৈশ্যক।

The Sentinel - of this Land, for its People
www.sentinelassam.com