যুৱ বিজ্ঞানীক আমেৰিকা যান্ত্ৰিক অভিযন্তা সমাজৰ স্বীকৃতি প্ৰদান

যুৱ বিজ্ঞানীক আমেৰিকা যান্ত্ৰিক অভিযন্তা সমাজৰ স্বীকৃতি প্ৰদান
Published on: 

শিলচৰ নিবাসী ড° বিভাজ দেৱ আৰু সুমিতা ঘোষ দেৱৰ সুসন্তান ৩০ বৰ্ষীয় যুৱ বিজ্ঞানী ড° বুদ্ধায়ন দেৱক তেওঁৰ ভাল একাডেমিক কেৰিয়াৰৰ বাবে আমেৰিকা যান্ত্ৰিক অভিযন্তা সমাজে সন্মানীয় স্বীকৃতি প্ৰদান কৰিছে।অমেৰিকা যান্ত্ৰিক অভিযন্তা সমাজ ১৮৮০ চনতে প্ৰতিস্থা হোৱা এটা বেচৰকাৰী সন্থা।সন্থাটোৰ মুখ্য কাৰ্য্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মহানগৰীত অৱস্থিত।বিশ্বৰ অতি পুৰনি বেচৰকাৰী সন্থাটোৱে বিশ্বৰ অভিযান্তিক ক্ষেত্ৰত সুন্দৰ কাম কৰা লোকসকলৰ এই সন্মান প্ৰদান কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com