যোৱাকালি অনুষ্ঠিত হৈ যোৱা ২০১৮ফিফা বিশ্বকাপৰ খেল সমূহৰ ফলাফল

যোৱাকালি অনুষ্ঠিত হৈ যোৱা ২০১৮ফিফা বিশ্বকাপৰ খেল সমূহৰ ফলাফল
Published on: 

কস্তোৰিকা আৰু চাৰ্বিয়াৰ মাজত হোৱা খেল খনত চাৰ্বিয়াই ১টা গ'ল দি কস্তোৰিকাক পৰাজয় কৰিবলৈ সক্ষম হয়।

জাৰ্মানী আৰু মেক্সিকোৰ মাজত হোৱা খেলত মেক্সিকোই ১টা গ'ল দি জাৰ্মানীক পৰাস্ত কৰে ।

ব্ৰাজিল আৰু চুইটজাৰলেণ্ডৰ মাজত হোৱা খেল খনত দুয়োটা দলে ১টাকৈ গ'ল দি খেল খন ড্ৰ' কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com