লক্ষাধিক টকাৰ সোণ জব্দ

লক্ষাধিক টকাৰ সোণ জব্দ
Published on

গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীয়ে যোৱা দেওবাৰে ৰাতি বিকাশ কুমাৰ ঠেপেৰীয়া লোক এজনক গ্ৰেপ্তাৰ কৰে ।ধৃত লোক জনৰ পৰা ৭২৬গ্ৰাম ওজনৰ প্ৰায় ৩০ লাখ মান টকাৰ সোণ জব্দ কৰে। আনহাতে যোৱা সোমবাৰে অসম আৰক্ষীয়ে অন্য দুজনকৈ ধৃত লোক ক্ৰমে মুৰাৰী লাল পাৱাৰ,শ্বেৰাৰাম চিঞ্চাক ৫৯০ গ্ৰাম ওজনৰ চিলভাৰ ষ্টিকৰ সৈতে গ্ৰেপ্তাৰ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com