লক্ষিমপুৰ বাসীয়ে প্ৰেৰণ কৰিলে পোষ্টকাৰ্ড

লক্ষিমপুৰ বাসীয়ে প্ৰেৰণ কৰিলে পোষ্টকাৰ্ড

Published on

লক্ষিমপুৰ জিলাৰ মানৱ অধিকাৰ সংগ্ৰাম সমিটীয়ে যোৱা সোমবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিলৰ দাৱীত ১১,৫০০খন পোষ্টকাৰ্ড প্ৰেৰণ কৰে।সংগঠন টোৱে উত্তৰ লক্ষিমপুৰৰ ছোৱালী হাইস্কুলত পোষ্টকাৰ্ড কেম্প এটাৰ আয়োজন কৰাৰ লগতে এক ৰেলী উলিয়াইও প্ৰতিবাদ সাৱ্যস্ত কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com