লৰ্ডচত এণ্ডাৰচনৰ বিশ্ব অভিলেখ

লৰ্ডচত এণ্ডাৰচনৰ বিশ্ব অভিলেখ
Published on

ক্ৰিকেটৰ মক্কা লৰ্ডচত ইংলেণ্ডৰ বেগী বলাৰ জেমচ এণ্ডাচনে বিশ্বৰ প্ৰথম জন বলাৰ হিচাপে ১০০ উইকেট দখল কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।ভাৰতৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয় খন টেষ্টত ভাৰতীয় বেটচমেন মুৰুলী বিজয়ক আউট কৰি অভিলেখটো গঢ়িবলৈ সক্ষম হয়।বিশ্বৰ সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী মুথিয়া মুৰুলিধৰনেহে এখন খেলপথাৰত ১০০ উইকেট দখল কৰা ৰেকৰ্ড আছে।৮০০ টেষ্ট উইকেট দখলকাৰী মুৰুলিধৰনে কলম্বোৰ গালে,কেন্দী আৰু শৃংঘালেত ১০০ উইকেট দখল কৰি বিশ্ব ৰেকৰ্ড গঢ়িছিল।ইংলেণ্ডৰ সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী জেমচ এণ্ডাৰচনৰ দুদান্ত বলিংৰৰ সহায়ত বিশ্বৰ এক নম্বৰ টেষ্ট দল ভাৰতক পৰাস্ত কৰি ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।মেচখনত এণ্ডাৰচনে মুঠ ৯ টা উইকেট দখল কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com