শক্তিশালী ক্ৰোয়েচিয়াৰ বিৰুদ্ধে শিশু আইচলেন্ড

শক্তিশালী ক্ৰোয়েচিয়াৰ বিৰুদ্ধে শিশু আইচলেন্ড
Published on: 

গ্ৰুপ ডি'ৰ অন্য এখন খেলত শীৰ্ষ দল ক্ৰোয়েচিয়া প্ৰথম বিশ্বকাপ খেলা দল আইচলেন্ডৰ মুখামুখি হব।আইচলেন্ডৰ বাবে মৰনপণ যুঁজ বিবেচিত হৈছে কিয়নো তেঁওলোক যদি বিজয়ী হয় আৰু আৰ্জেন্টিনা পৰাস্ত হলে নকআউট যোৱাৰ ৰাস্তা মুকলি হব আইচলেন্ডৰ।

The Sentinel - of this Land, for its People
www.sentinelassam.com