শান্তি পৰিস্থিতি অক্ষুন্ন ৰাখিবলৈ চ'চিয়েল মিডিয়াৰ ওপৰত বিশেষ নজৰ ৰখা হ'ব

শান্তি পৰিস্থিতি অক্ষুন্ন ৰাখিবলৈ চ'চিয়েল মিডিয়াৰ ওপৰত বিশেষ নজৰ ৰখা হ'ব
Published on

অহা ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ আগমূহুৰ্তত অসম আৰক্ষীয়ে চ'চিয়েল মিডিয়াৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। চাইবাৰ অপৰাধ নিৰীক্ষণকাৰীসকলে যিকোনো প্ৰকাৰৰ শান্তি ভংগ কৰিব পৰা কাৰ্য্য ৰোধ কৰিবলৈ ২৪*৭ নিৰীক্ষণ কৰি আছে। আৰক্ষীয়ে ইতিমধ্যে নাগৰিক পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ সৰৱ এনে বহুত চ'চিয়েল মিডিয়া একাউন্ট চিনাক্ত কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com