শিৱসাগৰত অ' এন জি চিৰ শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ

শিৱসাগৰত অ' এন জি চিৰ শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ

Published on
চিবিআইৰ অভিযানকাৰী দল এটাই অ' এন জি চিৰ শীৰ্ষ বিষয়া অৰবিন্দ কুমাৰ সিং নামৰ ব্যক্তি এজনক ঘোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে ।তেওঁ অ' এন জি চিৰ ড্ৰিলিং বিভাগৰ ডি জি এম ।জানিব পৰা মতে অ' এন জি চিৰ এটা তিনিকোটিয়া ঠিকাৰ নামত এজন ঠিকাদাৰৰ (জিতু হাজৰিকা)পৰা ১০ লাখ টকা ঘোচ হিচাপে বিচাৰিছিল।
The Sentinel - of this Land, for its People
www.sentinelassam.com