শিৱসাগৰৰ বন বিভাগৰ অধিকাৰীৰ সহযোগত শিৱসাগৰ আৰক্ষীয়ে হঠাৎতে চলোৱা এক অভিযানত বহু পৰিমাণৰ কাঠ জব্দ কৰে।যোৱা দেওবাৰে ৰাতি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক দুখনত সৈতে বহু পৰিমাণৰ কাঠ জব্দ কৰে।জানিব পৰা মতে তিনিচুকীয়াৰ পৰা মৰিয়ণীলৈ আহি থকা সময়ত ট্ৰাক দুখনক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়।