শ্বাহৰুখ খানত জিৰ' শ্বুট্যিং আৰম্ভ অ'ৰালেণ্ডত

শ্বাহৰুখ খানত জিৰ' শ্বুট্যিং আৰম্ভ অ'ৰালেণ্ডত
Published on

শ্বাহৰুখ খানৰ পৰৱৰ্ত্তী ছবি "জিৰ'ৰ শ্বুট্যিং ইতিমধ্যো আৰম্ভ হৈ গৈছে।যোৱা শনিবাৰে অৰালেণ্ডত জিৰ' ছবিৰ টীমৰ সদস্যৰ সৈতে পালন কৰা ঈদৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।জানিব পৰা মতে,ছবি খনৰ আন আন সদস্যসকল শ্বুট্যিত ব্যস্ত হৈ পৰিছে।আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জিৰ' ছবিৰ শ্বুট্যিং অতি জনপ্ৰিয় অৰালেণ্ডৰ "ইউনিৰ্ভাচেল ষ্টুডিঅ'ৰ ষ্টেজ২১ত আৰম্ভ হৈছে। ছবি খনত শ্বাৰুখক এইবাৰ এটা অন্যতম ৰূপত দৰ্শক সকলে দেখিবলৈ পাব।ছবি খন মুক্তি পাব চলিৰ বছৰৰ ২১ডিচেম্বৰত।

The Sentinel - of this Land, for its People
www.sentinelassam.com