Top
Begin typing your search above and press return to search.

শ্বাহৰুখ খানে ঈদ পালন কৰিলে ফিল্ম জিৰ'ৰ টীমৰ সৈতে

শ্বাহৰুখ খানে ঈদ পালন কৰিলে ফিল্ম জিৰৰ টীমৰ সৈতে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Jun 2018 12:14 PM GMT

শ্বাহৰুখ খানৰ নতুনকৈ আহিবলগীয়া ছবি জিৰ'ৰ টীমৰ সৈতে ঈদ পালন কৰিলে অ'ৰালেণ্ডত।ছবি খনত শ্বাহৰুখনৰ লগত অনুষ্কা আৰু কেটৰিনাকো দেখা পোৱা যাব।ছবি জিৰ' মুক্তি পাব চলিত বৰ্ষত ২১ডিচেম্বৰত।

Next Story